Wednesday, 7 December 2022

মায়ঙৰ ক'লা যাদু

 মায়ং, অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল,তাক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়।এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ। মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলিও জনা যায়।এই অঞ্চললৈ দূৰ-দূৰণিৰ পৰাও বহু লোক আহি যাদুবিদ্যা‌ গ্ৰহণ কৰা দেখা যায়। বিশেষ কেইটামান ব্যতিক্ৰম যাদু-মন্ত্ৰৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল।

       এই মায়ং নামৰ আঁৰত বিভিন্ন ধৰণৰ প্ৰবাদ আৰু কিংবদন্তি জড়িত হৈ আছে। কিছুলোকৰ মতে এই মায়ং নামটো 'মায়া' শব্দৰ পৰা আহিছে কিয়নো অতীজৰে পৰা এই অঞ্চলটো যাদুবিদ্যাৰ বাবে মায়াৰ দেশ বুলি গণ্য কৰা হৈছিল। আকৌ অন্য কিছুমান লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ-পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়।এই পাহাৰীয়া অঞ্চলটো সেই সময়ত হাতীৰ বসতিস্থল আছিল।ডিমাচা শব্দ 'Miyong' ৰ অৰ্থ হাতী। গতিকে মায়ং শব্দটো ইয়াৰ পৰাই উদ্ভৱ হয়। আকৌ কিংবদন্তি অনুসৰি মায়ং নামটোৱে 'শক্তিদেৱীৰ অংশ' বুজায়। 'মা' শব্দৰ অৰ্থ শক্তি দেৱী আৰু ongo ৰ অৰ্থ অংশ।

       মায়ঙৰ স্থানীয় লোকসকলৰ মতে ১৩৩৭ চনত এই গাঁৱৰ তান্ত্ৰিকসকলে মহম্মদ শ্বাহৰ ১লাখ সৈন্যক অতি সহজতে পৰাস্ত কৰিছিল আৰু আচৰিত কথা এয়ে যে এওঁলোক এনে ভাৱে নোহোৱা হৈছিল যেন কোনোদিন ইয়াৰ অস্তিত্ব নাছিলেই।১৬৬৭ চনত ঔৰংজেৱে ৰজা ৰাম সিঙক আহোম সকলক বন্দী কৰিবলৈ আদেশ দিছিল কিন্তু ৰাজা ৰাম সিঙৰ সৈন্য সকলে মায়ঙৰ ক'লা যাদুৰ বিষয়ে শুনি যুদ্ধ কৰিবলৈ ভয় খাইছিল যদিও আদেশ অনুসৰি যুদ্ধ কৰিছিল। কিন্তু ১৬৭১ চনত যুদ্ধত পৰাজিত হৈছিল আৰু পিছলৈ ৰাজা ৰাম সিঙক কোনেও দেখা পোৱা নাছিল। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই যুদ্ধত মায়ঙৰ তান্ত্ৰিক সকলে ক'লাযাদুৰ ব্যবহাৰ কৰিছিল যাৰ ফলত কোনো সৈন্যই তিস্তি থাকিব নোৱাৰিলে। কোনো কোনোৰ মতে ই সম্পূৰ্ণ সত্য নহয়।এই যুদ্ধ সমূহ সম্পূৰ্ণ নিজৰ পৰাক্ৰমতহে জয়ী হৈছিল।আকৌ কিছুমানে ক'লা যাদুক যুদ্ধ জয়ৰ শ্ৰেয় দিছিল।

        মায়ঙৰ গাঁৱত কিছুলোকে চলোৱা খনন কাৰ্যত এনে কিছুমান অস্ত্ৰ উদ্ধাৰ হৈছিল যি নৰবলিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।এই কথাৰ পৰা অনুমান কৰিব পাৰি যে মায়ঙত এসময়ত নৰবলিও হৈছিল আৰু ই সদায় ক'লা যাদুৰ নীতি বা পদ্ধতি হিচাপে হৈছিল।

          ইয়াৰ উপৰিও আন বহুতো কাহিনী প্ৰচলিত আছে যাৰ জৰিয়তে স্থানীয় লোকৰ পূৰ্বপৰুষসকলে কৰা যাদুৰ কথা গম পোৱা যায়।তেওঁলোকৰ মতে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে জন্তুৰ ৰূপ লব পাৰিছিল, বাঘ সিংহৰ নিচিনা হিংস্ৰ প্ৰাণীক নিজৰ বশ কৰিব পাৰিছিল, বতাহত উৰি ফুৰিব পাৰিছিল,বেছি দূৰত্ব কম সময়ৰ ভিতৰত অতিক্ৰম কৰা আনকি তেওঁলোক অদৃশ্যও হব পাৰিছিল। এনে ধৰণৰ কামৰ বাবে তান্ত্ৰিক সকলে বেলেগ বেলেগ মন্ত্ৰৰ ব্যবহাৰ কৰিছিল যেনে উৰণ মন্ত্ৰ,লুকী মন্ত্ৰ ইত্যাদি।যদিও আমাৰ বাবে ই অবিশ্বাস্য তথাপিও মায়ঙৰ লোক সকলৰ বাবে কাহিনী সমূহ তেনেই সাধাৰণ।

          এই ক'লা যাদু সমুহ‌ কিছুমান ভাল কামৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।এই যাদুৰ প্ৰশিক্ষক সকল চিকিৎসকৰ নিচিনা। এইসকল কোনো ডিগ্ৰীধাৰী চিকিৎসক নহয় যদিও তেওঁলোকে দাবী কৰে যে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে বহু বছৰ পুৰণি বিষ নোহোৱা কৰা, ভঙা হাড় মাত্ৰ কেইবা ঘণ্টাৰ ভিতৰতে জোৰা লগোৱা, বহু ডাঙৰ বেমাৰ বিভিন্ন ধৰণৰ তন্ত্ৰ-মন্ত্ৰৰে ঠিক কৰিব পাৰে। ইয়াৰ উপৰিও কোনো বস্তু হেৰালে বা চুৰি হ'লে ফুল আৰু কাঁহৰ কাঁহীৰ সহায়ত বিচাৰি উলিয়ায়।এই ফুলপাহে নিজে নিজেই সেই স্থানলৈ গৈ পায় য'ত বস্তুবিধ হেৰাইছে বা চুৰি হৈছে। মায়ঙৰ লোকসকলৰ তেওঁলোকৰ নিজৰ যাদু-বিদ্যাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। অৱশ্যে এই ক'লা যাদুৰ ব্যৱহাৰ বহু ক্ষেত্ৰত বেয়া কামৰ বাবেও কৰা হয়। উদাহৰণস্বৰূপে, কাৰোবাক নিজৰ বশ কৰা, কাৰোবাক ক্ষতি কৰা ইত্যাদি।

                 মায়ঙত কিছুমান শিলালিপি দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে শিক্ষা গ্ৰহণ কৰাৰ কথা জানিব পাৰি।এই শিলালিপি সমূহৰ ওপৰিও কিছুমান প্ৰাচীন হস্তলিপিও পোৱা যায় য'ত ইয়াৰ সংস্কৃতিৰ কথা উল্লেখ আছে। ইয়াৰ কিছুমান প্ৰশিক্ষকৰ মতে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে সদায় মৌখিকভাৱেহে এই শিক্ষা প্ৰদান কৰিছিল যাতে কোনো ভুল ব্যক্তিৰ হাতলৈ এই বিদ্যা গৈ সমাজৰ অনিষ্ট হ'ব নোৱাৰে। মায়ঙৰ তান্ত্ৰিক সকলৰ মতে তেওঁলোকে বিভিন্ন ধৰণৰ তন্ত্ৰ-মন্ত্ৰৰ বিদ্যা জানিলেও প্ৰকৃতিক কেতিয়াও নিজৰ আয়ত্বলৈ আনিব নোৱাৰে।  যেনে, বতৰ পৰিবৰ্তন,বানপানী গৰাখহনীয়া ৰোধ ইত্যাদি।

                 মায়ঙৰ এই ক'লা যাদুৰ সত্যসত্যতা প্ৰমাণ কৰিবলৈ বহুতো বিশেষজ্ঞই চেষ্টা চলায় যদিও তেওঁলোকে কোনো এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই। তেওঁলোকৰ মতে ই সহজে বিশ্বাসযোগ্য নহয় যদিও সম্পূৰ্ণ ৰূপে ইয়াক অবিশ্বাসো কৰিব নোৱাৰি। বিশেষজ্ঞসকলৰ মতে মায়ঙৰ এই বিদ্যাক সংৰক্ষণ কৰা উচিত যাতে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন লোকে ভাৰতৰ বিভিন্ন ধৰণৰ সংস্কৃতিৰ কথা গম পায়। তেওঁলোকৰ মতে এই বিদ্যাত কিছু পৰিমাণে বৈজ্ঞানিক ভিত্তিও আছে যাক কিছু পৰিমাণে অধ্যয়ন কৰাও সম্ভৱ।

                 মায়ঙৰ এই যাদু বিদ্যা সমূহক সংৰক্ষণ কৰি এটা সংগ্ৰহালয়ও স্থাপন কৰা হৈছে, যিটো সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত।এই কাহিনী সমূহৰ বাবে মায়ঙলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰ্যটকৰ আগমন ঘটে আৰু ইয়াৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে।

               মায়ঙৰ নিচিনা ভাৰতৰ আন কিছুমান ঠাইতো ক'লা যাদুৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। সেই ঠাই সমূহ হৈছে উৰিষ্যা, কেৰেলা, উত্তৰ প্ৰদেশ, হাইদৰাবাদ, কলিকতা ইত্যাদি।



উৎস: ইন্টাৰনেট, ইউটিউবত থকা 'মায়ং- লেণ্ড অফ ব্লেক মেজিক' ভিডিঅ'।


লিজা ঠাকুৰীয়া, প্ৰথম ষাণ্মাসিক, যোগাযোগ আৰু সাংবাদিকতা বিভাগ

পৰ্য্যটন আৰু কিছু অনুভৱ

 পৰ্য্যটন আৰু কিছু অনুভৱ


 "অসম আমাৰ ৰূপহী, গুনৰো নাই শেষ ,

 ভাৰতৰে পূৰ্ব দিশত সূৰ্য্য উঠা দেশ"।

  সঁচাকৈ,  আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন মনোৰম ৰাজ্য । বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ মিলনভূমি আমাৰ ৰাজ্যখন সকলো ফালৰ পৰাই চকুত লগা । বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠা আমাৰ সাংস্কৃতিক পথাৰখনত অন্য এক মাদকতা আনি দিছে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহে। 

 


  পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় অসমৰ এক জাতীয় সম্পদ। যাৰ বাবেই কাজিৰঙা অভয়াৰণ্য বিশ্ববাসীৰ পৰিচিত । অতীতৰ আহোম ৰাজত্বকালৰ বহু আপুৰুগীয়া সম্পদ আমাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত এতিয়াও বিৰাজমান ।  ৰংঘৰ, কাৰেংঘৰ , তলাতলঘৰ আদিৰ উপৰিও জয়দৌল, শিৱদৌল আদিৰ লগতে সেইসময়ৰ এনে বহু মঠ-মন্দিৰ আছে, যিবোৰ সঁচাকৈ চাবলগীয়া। 

    ইয়াৰোপৰি বৰপেটাৰ কাঁহ শিল্প, শুৱালকুচিৰ বস্ত্ৰ শিল্প আৰু মাজুলীৰ সত্ৰসমূহৰ লগতে এনে কিছু সম্পদ আছে, যি সমূহে আমাৰ ৰাজ্যখনৰ বহু বাৰ্তা কঢ়িয়াই লৈ ফুৰিছে। এইবিলাকে নিশ্চয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু এনে থলুৱা সম্পদবিলাকে ৰাজ্যখনৰ এক সুকীয়া পৰিচয় দাঙি ধৰাত অৰিহণা যোগাইছে। 

   তৎসত্বেও আমাৰ ৰাজ্যখন এতিয়াও পৰ্য্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিব পৰা নাই। ভাৰতবৰ্ষৰ চেন্নাই, মুম্বাই, উৰিষ্যা আদি ৰাজ্যলৈ যেনেকৈ পৰ্য্যটকৰ সোঁত বয় ভাৱিলে আচৰিত লাগে। অন্য নালাগে সেইয়া গোৱা, চিকিম আদিৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ আদি সৰু সৰু ৰাজ্যবোৰে যেনেকৈ পৰ্য্যটকক আকৰ্ষণ কৰিব পাৰিছে, আমি তেনেকৈ পৰা নাই বুলি কলেও হয়তো বেয়া কোৱা নহব । পৰ্য্যটনৰ নামত এটা বিভাগ থকাৰ লগতে চৰকাৰৰ মন্ত্ৰী পৰ্যায়তো এটা দপ্তৰ থকাৰ পিছতো আমি কিন্তু এইক্ষেত্ৰত আগবাঢ়িব পৰা নাই বা চকুত লগা একো নতুনত্ব আনিব পৰা নাই । পৰ্য্যটনৰ নামত খৰছ কৰা টকাবোৰ আচলতে কলৈ যায়, সেইয়াহে ভাবিৱলগীয়া । কেৱল নামী-দামী চিত্ৰতাৰকাৰে চকুত লগা বিজ্ঞাপন আৰু উন্নয়নৰ নামত হিতাধিকাৰী সৃষ্টি কৰিলেই এখন ৰাজ্য উন্নত নহয়, দুৰদৃষ্টিসম্পন্ন চিন্তাধাৰা , পৰিকল্পিত আঁচনি আৰু বিজ্ঞানসন্মত দীর্ঘম্যাদী ব্যবস্থা অবিহনে ই কেতিয়াও বাস্তৱায়িত নহয় । 

   সেয়ে চৰকাৰ আৰু পৰ্য্যটন বিভাগটোক আহ্বান জনাওঁ বিভাগটোৰ প্ৰতি দায়িত্বসহকাৰে কাৰ্য্য সম্পাদন কৰি ৰাজ্যখনৰ থলুৱা সম্পদসমূহক বিশ্বত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত পৰ্য্যটকক আকৰ্ষণ কৰিব পৰাকৈ কিবা কিছু কৰি দেখুৱাওঁক। এখন ৰাজ্যৰ পৰ্য্যটনৰ উন্নতি মানে ব্যৱসায় বাণিজ্যৰ উন্নতি হোৱা, যাৰ ফলত ৰাজ্যৰ কৰ্মসংস্থাপনহীন বহুলোক উপকৃত হোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কিছু হ'লেও বৰঙণি আগবঢ়োৱা হব যেন অনুমান হয় । 


             ঋত্বিজ ঠাকুৰ

    যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ২৫০০ খণ্ড অতিক্ৰম

 


সেইদিনা আছিল ২০১৩ চনৰ কোনোবা এটা দিন। ৰেঙনি টিভিৰ জৰিয়তে সম্প্ৰচাৰ আৰম্ভ হৈছিল বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ। সম্প্ৰচাৰৰ প্ৰথম দিনাখনৰ পৰাই এই ধাৰাবাহিকখনৰ মই এজন নিয়মীয়া দৰ্শক আছিলোঁ। আৰম্ভণিৰ সময়ত মই এজন হাইস্কুলীয়া ছাত্ৰ, হয়টো ষষ্ঠ/ সপ্তম শ্ৰেণীমানত অধ্যয়ন কৰি আছিলোঁ। সন্ধিয়া ৭:৩০ বজাৰ লগে লগেই মা- দেউতা আৰু মই একেলগে বহি ধাৰাবাহিকখন উপভোগ কৰা আজিও চকুৰ আগত ভাহি আছে। সন্ধিয়া লগাৰ লগে লগেই গাত তত নাইকীয়া হৈছিল এইখন ধাৰাবাহিক চাবলৈ। ধাৰাবাহিক খনৰ প্ৰতিটো চৰিত্ৰ যেন অতিকৈ আপোন হৈ পৰিছিল। অ.চি. সাগৰ ফুকনৰ পৰা SI প্ৰীতম খাৰঘৰীয়ালৈকে , ASI বিজুলী বৰুৱাৰ পৰা DSP মূলাগাভৰুলৈকে তাৰোপৰি লুটুকুন, হৰ ,নেহা , গীৰিন্দ্ৰ সকলো যেন আমাৰ পৰিয়ালৰ একো একোজন সদস্য তেনেকুৱা অনুভৱ হৈছিল। 

    বৰ্তমান সময়তো বিশেষকৈ কেকে,মোহন, মুকুটা, মণি, বসুমতাৰী ছাৰ, কমল ,ৰাকেশ, বাইলুং, সুস্মিতা, গাৰ্গ দা এইসকলক বেহাৰবাৰীত কেতিয়াবা নেদেখিলে মনটো বেয়া হৈ পৰে। ধাৰাবাহিকৰ খনৰ লগত যেন আমাৰ এক আবেগিক সম্পৰ্ক জড়িত হৈ আছে কেতিয়াবা তেনে অনুভৱ হয়। 

    কে কেৰ চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ শৰ্মাৰ সাৱলীল অভিনয়ে শিশুৰ পৰা বয়োজেষ্ঠলৈকে সকলোকে যথেষ্ট আকৰ্ষিত কৰে। তেওঁৰ অভিনয়ৰ মাজত ফুটি উঠে বৰ্তমান সমাজ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ চিন্তা। 

    ধাৰাবাহিক খনৰ এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে মোহন। জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটে এই চৰিত্ৰটোত অভিনয় কৰিছে। চৰিত্ৰটোৰ জৰিয়তে দ্বীপজ্যোতি কেওঁটে ধাৰাবাহিক খনৰ প্ৰত্যেকজন দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। তেওঁৰ সুন্দৰ অভিনয়ে ধাৰাবাহিক খনক এক অন্য মাত্ৰা প্ৰদান কৰিছে।

    কেকে, মোহনৰ লগতে SI ৰ প্ৰীতম খাৰঘৰীয়াৰ চৰিত্ৰত প্ৰীতম বৰুৱা, DSP মূলা গাভৰুৰ চৰিত্ৰত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী, বসুমতী বিউটী বাইলুংৰ চৰিত্ৰত চুমকী কছাৰী, ৰাকেশৰ চৰিত্ৰত ৰিন্টু বৰা,পোৰোষোত্তম গাৰ্গৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা অংশুমান ভূঞা আদিৰ সুন্দৰ অভিনয়ে ধাৰাবাহিক খনক অন্য মাত্ৰা প্ৰদান কৰিছে।

    ইতিমধ্যে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনে ২৫০০ টা খণ্ড সম্পূৰ্ণ কৰি এক নতুন ইতিহাস ৰচনা কৰিলে। এইখনেই হয়টো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ধাৰাবাহিক যিয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰায় ১০ বছৰ দিন শ্ৰেষ্ঠত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। 

    ধাৰাবাহিক খনৰ মূল ব্যক্তি বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা দেৱৰ সৃষ্টিশীলতাৰ উৎকৃষ্ট নিদৰ্শন এইখন ধাৰাবাহিক। মনোজ শইকীয়াৰ সুন্দৰ পৰিচালনাই ধাৰাবাহিকখনক এক অন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। পল্লৱ পৱন বৰাৰ সুন্দৰ লিখনিৰে পৰিৱেশত ধাৰাবাহিকখনৰ খণ্ডসমূহে সমাজলৈ একোটাকৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে যিয়ে ধাৰাবাহিক খনৰ প্ৰতি দৰ্শকসকলক অধিক আগ্ৰহী কৰি তোলে।

    

 


   বেহাৰবাৰী আউটপোষ্টৰ সমূহ পৰিয়ালবৰ্গলৈ এই লিখনিৰ জৰিয়তে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে ধাৰাবাহিক খন আৰু বহুদূৰ  আগুৱাই যায়।

      ধনাত্মকভাৱে শেষত এটা কথাই কও ধাৰাবাহিকখনৰ খণ্ডসমূহ যেন কেতিয়াও ৰাজনীতিকৰণ নকৰে কাৰণ বিভিন্ন শ্ৰেণীৰ বিভিন্ন দৰ্শকে দিনটোৰ কাম কাজ শেষ কৰি অকণমান আমোদৰ বাবে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন উপভোগ কৰে। বৰঞ্চ অতীজৰে পৰা ধাৰাবাহিকখনে সামাজিকভাৱে সচেতন হৈ যিধৰণে অভিনয়ৰ জৰিয়তে ৰাইজৰ কণ্ঠ হৈ মাতমাতি আহিছে অনাগত দিনটো যদি এনেদৰেই আগুৱাই গৈ থাকে নিশ্চিতভাৱে ২৫০০ কিয় এই ধাৰাবাহিকখনে সফলতাৰে ৫০০০ খণ্ড অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।


:হীৰকজ্যোতি বৰুৱা।

                                                                   .........................



সোণালী সপোনবোৰ ভঁৰাললৈ

 


এই সময় প্ৰকৃতিয়ে শীতৰ কোলাত  মুখ গুঁজি শান্তিৰ টোপনি মৰাৰ, যেন বছৰৰ সকলো দুখ- ভাগৰ সামৰি নিটাল মাৰিব নিদ্ৰাত বসুন্ধৰা। আকৌ নীল আকাশ ভেদি দূৰ দিগন্তৰ পৰা মেলা পাতিবলৈ এইয়া পৰিভ্ৰমী পক্ষীৰ আগমনৰ সময়। আৰু এই সময় অসমৰ কৃষকসকলৰ সপোনবোৰ সোণালী হৈ মৃদু চেঁচা বতাহৰ স'তে নাচি গীত গোৱাৰ।
হয় এই সময় খেতিয়ক সকলৰ, যিয়ে কপালৰ ঘাম মাটিত পেলাই সোণগুটি সিঁচিছিল তাৰে এতিয়া ফল অহংকাৰ কৰি নাচি উঠিছে পথাৰে- পথাৰে । অসমৰ ৮৫ শতাংশ লোক গ্ৰাম্যাঞ্চলৰ বাসিন্দা আৰু তাৰে পৰা ৭০ শতাংশ লোকৰ জীৱন নিৰ্ভৰশীল কৃষিৰ ওপৰত। এই খেতিয়ক সকলক লৈ কত কিমান যে কাহিনী। গাঁৱলীয়া চহা জীৱনৰ ছবিবোৰে প্ৰতিজন প্ৰকৃতিপ্ৰেমিক যে আকৰ্ষণ কৰে সেয়া একেবাৰে ধুৰূপ। চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি থকা গঞাসকলে বিহু গীতত প্ৰকাশ কৰে নিজৰ গাঁৱলীয়া জীৱনৰ সহজ - সৰল জীৱন প্ৰণালীৰ কথা -
" আমি গাঁৱলীয়া ঘোপ মৰা 
এন্ধাৰ ৰাতি
গেলা ডাৱৰীয়া পিছল বাট
য'তে শুনো ঢোলৰ মাত
য'তে শুনো পেঁপাৰ মাত
গুৰু- গোঁসাই নাথাকে গাত"
সঁচাকৈয়ে, বিহুগীত তথা লোকসংগীত হৈছে এই লোকসকলৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ, যাৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি মনৰ প্ৰতিটো আৱেগ- অনুভূতি ।
 সৰল মনৰ এই খেতিয়কসকলৰ কৃষি কাৰ্য আৰম্ভ হয় ব'হাগ মাহৰে পৰা, যেতিয়া গৰু গা ধুৱাই সাজু কৰা হয় পথাৰ শস্য শ্যামলা কৰিবলৈ । বিহু গীতৰ তালে- তালে নাঙলৰ ফালে ভেদি যায় বসুমতীৰ বুকু আৰু হাতত কঠিয়া লৈ  ডেকা গাভৰু নামি পৰে পথাৰত । আৰু তাতে সোমাই থাকে অনাবিল আনন্দ, য'ত ভুঁই ৰোৱা গাভৰু জাকৰ হাঁহিত প্ৰকৃতিও  প্ৰাণ চঞ্চলা হৈ পৰে । সেই সেউজীয়া সপোনে সময়ৰ বাট বাই সোণালী আভাৰে জিলিকি উঠে চৌদিশে আৰু হালি- জালি, হাঁহি- হাঁহি সঁহাৰি জনাই কৃষকৰ মনৰ প্ৰতিটো কথাৰ, আশাৰ। আৰু এতিয়া এই কথোপকথনৰে সময়, বুকু উজাৰি বিহুগীতৰ কলি আওৰাই পথাৰত দাৱনি। দূৰৰ পৰা হাতত বিৰিয়া লৈ ধান আনিব যোৱা  চেনায়ে সেয়া শুনি  প্ৰত্যুত্তৰ দিব বিহুগীতেৰে আকৌ দাৱনীৰূপী তেওঁৰ চেনেহীজনীক -
" পকা ধান পথাৰত
অ' ভণিটী ৰহেদৈ
ধানে দাই আছিলা
হাততে কাঁচি খন লৈ
মইনো গৈ ওলালো
হাততে বিৰিয়াখন লৈ
জুমি- জুমি চালা
বিৰিণাৰ আঁৰতে ৰৈ"

বিহুগীতৰ মিঠা সুৰত, দাৱনীৰ কোমল হাতৰ পৰশত ধাননিয়েও যেন  পাহৰি যায় কাঁচিৰ কঠোৰ আঘাত। শীতৰ কুঁৱলীত শুই পৰা ধাননি আকৌ নাচি উঠে ৰ'দৰ পৰশত আৰু প্ৰতিবাৰে লক্ষ্য প্ৰাপ্তি হেপাঁহত মৰা  খেতিয়কৰ হাঁহিৰ প্ৰতি সঁহাৰি জনাই  মূৰ দুপিয়াই অভিনন্দন জনাই। গধূলি ঘৰমুৱা পক্ষীৰ গীতৰ লহৰত নাচি- নাচি সোণগুটি  পায়হি গৃহস্থৰ পদূলি, য'ত ধূপ বন্তিৰে আদৰণি জনায় নতুন আলহীক আৰু খালী হৈ থকা ভঁৰাল পূৰ কৰি কৃষকৰ বুকু ভৰাই তোলে এই সোণগুটি বোৰে। হয় এইয়া সময় সোণগুটি খেতিয়কৰ সোণালী সপোন হৈ ভঁৰাল  সোমোৱা । যিয়ে আকৌ এবাৰ গঞা ৰাইজলৈ লৈ আহে ভোগৰ বতৰা।


অৰূপ জ্যোতি দাস
প্ৰথম ষান্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়



Monday, 5 December 2022

The Hidden Beauty of Kakochang waterfalls,Bokakhat

If you love adventure and off beat place then Kakochang waterfalls is the place for you .Kakochang waterfalls is the place for you attration picnic spot near Kaziranga .The remains of the historical Numaligarh can also be viwed from this place .The waterfall is located about 13 km from the Bokakhat ,a place in the Jorhat Region of Assam situated between the Kaziranga National park and Bokakhat ,it is a prominet local eat -outside picnic spot .Few of the famous attractions  nearby this waterfall are ruins of Numaligarh,ruins of Deparbat or Deopahar ,landscapes of tea,coffee,and rubber farms.

It is also called as Kakojan is really beautiful waterfall located amidst maidan and unexplored natures gift.Topographically it comes under Karbi Anglong district of Assam.But this waterfall is easily accessible from Bokakhat a small town situatec in the Golaghat district of Assam .The waterfall base is around 12 to 14 kilometers from Bokakhat and the trek of approx 04 kilometers would take you to the waterfall base.
  
The interasting thing about this popular picnic spot is that one can always integrate on team up your travel plan while you are traveling to would heritage Kaziranga National park.you may also plan a day visit to the kakochang waterfalls while visiting the Deoparbat ruins ancient ruins of Numaligrah Bokakhat is only 23 kilometer away from the Kaziranga National park.But you cannot plan both kakochang and Kaziranga on the same day .It is so beacause Kakochang trek needs at least a day.in order to explore it well .

An ideal time to visit the kakochang waterfalls is during the post -monsson months,when due to the heavy rainfall the waterfall plumments with abundant water.The best time visit it between the months of octobor to March.Kakochang waterfall has good connectivity of roods and well connected with major districts of Assam.There are many private and public state governents owned bus service are available from Guwahati to Bokakhat that run at regular intervarles before you begin for Kakochang Trek please make sure that you have foods proparly.It is only beacause there are no food spot on the way .It is at always advisable to  carry light snack and snacks  It possible plan your trek tour to kakochang waterfalls on sunday as there is local market held nearby and you may get to grab some really local flavored delicacies.
             
So if you want to relieve yourself then this place is worth a visit .

Bhagyashree Basumutary, Ist Semester

LANDSCAPE PHOTOGRAPHY


We have all had the experience, driving through a beautiful landscape, stop at every scenic overlook to
make photographs sure to capture the grandeur of what we see.When we look at a landscape, our eyes travel over it and selectively focus on the elements that we find appealing.  Our field of vision encompasses a great deal of the scene, but our eyes and brains have the ability to ignore all except the most alluring details. Lenses and sensors or film cannot do this by themselves. They need help.

Time is the most important investment you can make in getting good landscape pictures. By carrying a
compass you can figure out where the sun will rise and set, and imagine how the place would look in
different kinds of light. When you arrive in a place you’ve never visited before, spend time Scouting-
driving Or hiking to different location, finding different stance.

Different landscape subjects are :-
Flowing water
If a river or stream flows through the landscape you are shooting, think about the character of it and
how to convey that character in the image. A big, slow river looks and feels different from a fast moving
mountain stream. The water can be the centre of interest in the image, or it can serve as an element in
your composition.
Forest
Photographing forests presents a different set of challenges. First, think about the character of the
forest you want to shoot and the feeling you want to convey in your image.
Look for rays of light penetrating the canopy or one spot on the forest floor directly lit by the sun.
Whether shooting towards a forest or shooting from inside it, look for patterns, lines, and other
compositional elements you can see.
Mountains
Look for elements that will reinforce your feeling and convey it to the viewer. What composition, angle,
light, and weather seem most appropriate. Look for the telling details that reflect the essence of the
mountains too.
Sunset
Taking photos using the sunset is a great way to enhance the landscape around you.
The best part about sunset photography is that sunset are so versatile. We do not have to worry about
going anywhere or missing out. A picturesque landscape is preferable of course. No matter what, if you
experiment and use composition techniques the imagery will show.

Lastly, Landscape photography is one of the most popular photographic genres. It’s easy to get started
with the genre, but it can take a lifetime to master landscape photography skills. You don’t need a
advanced camera or expensive lens, and the skills you learn when doing landscape photography
translate to other types of photography.

Sasankar Das,
Ist Semester

TWITTER AND SOCIAL MOVEMENT


The recent  Hijab- burning protest in Iran gathers momentum and spreads around the country. Iran witnessed unprecedented defiance. An example of social movement in social media platforms basically on twitter this has created chaos and challenged traditional systems that has been governing the country. 

The beneficial of cooperative social works have been exposed in the Arab Spring and occupy movements. Electronic social media has become a foundation for social broadcasts and a broad social response to information on social interactions. Social media research shows the collective mobility of the society, how different activities can be combined.

Hosni Mubarak relinquished his position of president-for-life in 2011 after protests emerged against him. Protestors used Twitter to connect with people worldwide. The eighteen-day revolution in Egypt was enough to abdicate Hosni where tweets are ephemeral. The revolution has received so much attention outside of Egypt due to the role of social media. These are termed as "Twitter Revolutions" or "Facebook Revolutions" by the western media. Others Western media have tried to prove that the social media's effectiveness in social movements was only a suspicious relationship.

The hashtag #MeToo movement had a huge impact globally which has been used more than 19 million times on Twitter till 2018. The #MeToo movement has spread widely, the hashtag is used by 55,319 users per day. The 71% languages of the tweets were English, while 29% tweets containing #MeToo were in other languages. This proves the worldwide impact of the movement has had.

India witnessed rise of the #MeToo movement in 2018. Global campaign against sexual harassment and assault motivated and inspired the Indian women to come and opened up to tell their struggling tale about abusing behavior by men who uses their power and positions to abuse the women. It started with the allegations of actress Tanushree Dutta against actor Nana Patekar.

Others women who faced such kind of abuse shared their experiences with the world on social media. Actors, film directors, artists and writers and politicians are also faced objectionable behavior in the professional workplace. From the unwanted attention in offices to the film's set of films, there were many accusations that came out

The NotInMyName is another example of social movement in India with the use of social media. These four words spread the movement across India in 2017. Filmmaker Saba Diwan used the hashtag on NotInMyName on Facebook after hijacking Junaid Khan after debate over beef. The Diwan urged the people to stand against the criticisms and lynchings of Muslims and dalits across the country.

                 

 

Sangita borah, Ist Semester 

 

INDIAN PREDATOR: MURDER IN A COURTROOM SEASON 3



Netflix has released its third installment in the Indian Predator docu-series, and this time they came up with the story of Akku Yadav. Back in 2004, an angry mob of women allegedly lynched the monster named Akku Yadav, who had terrorised them for several years. This happened in broad daylight inside the courtroom itself.The monster named Akku Yadav had terrorised the people of Nagpur’s Kasturba Nagar , he killed mercilessly and allegedly raped countless women of his locality without ever facing the consequences for his unholy deeds. They were living in terror unleashed by one man named Akku Yadav, who had made their life a living hell. For over a decade , before he was brutally stabbed as many as 70 times inside a courtroom. The police turned a blind eye for his crimes and he served a ridiculous amount of jail time for them. These short jail stays only accelerated his resolve to commit more cruel crimes and literally get away with the murders.

Writer-director Umesh Vinayak Kulkarni leads with the most shocking event of this true story and then takes us into the genesis of Akku Yadav’s corrupt life. With many eyewitness accounts from his friends, lawyers and victims, he successfully manages to recreate Yadav’s terror and unpredictable actions. There are some bone-chilling moments that stand out for the way they have been shot. It’s sensitive, thrilling and disturbing all at the same time.  Leaves a lasting impact on the mind of viewers. Shows the struggles of those living in the slums who where targeted by a predator. I found it moving, listening/heating the interviews with this affected by one man and his gangs attacks.

The makers took out such a sensitive subject and made people informed about such horrifying incidents. In comparison to the other two seasons , this third season is easily the best in the Indian Predator series. The writing team successfully made the best use of this terrific incident. The narrative sends chills down the spine with its gripping screenplay and storytelling for most of the time. The show also talks about the possible collapse of social order if people themselves take the law into their hands.

Actor Happy Kalizpuria played the role of hardcore criminal Akku Yadav, he was tremendously good with the role. His body language, mannerisms, and looks are spot-on and it significantly impacted the series. Actress Lajari Kale played the crucial role of Usha Madhukar, who incites confidence among the slum people, and she did good with her job. The scene where she threatens Akku Yadav and his gang with a gas cylinder give viewers goosebumps.

This documentary really portrays what life is like, living in that environment. Also how the police were failing  in handling complaints and safe guarding the victims. I felt angry watching it, realising the depth of poverty, corruption and fear demonstrated on these poor peoples lives. A well done documentary which really educated on not only true crime, but cultural and political impacts.


Semson Ingti

1st Semester

The importance of staying hydrated - one glass of water at a time; taking it up!

 

The basic practice in our daily life of having adequate glasses of water helps us stay hydrated thereby adding to productivity at the physical and mental level. I have come across several significant websites that promote the habit of drinking water amid our busy every day. It has to be important.

I am aware that the body needs to be our strength to stay hydrated with enough water so as to fight toxins and beyond. If we have the habit of drinking at least a couple of liters of water every day, it is observed that we remain energized throughout.

The government also prioritizes health in a proactive manner. There have been several steps undertaken in recent times to ensure public health safety and guidelines have been released in accordance to it.The sector of Ayurveda, Yoga, Naturopathy, Unani, Siddha and Homeopathy (AYUSH) is gaining prominence. Government schemes have come up in an encouraging manner to ensure the greater cause for the public.

The importance of staying hydrated was also realised during the COVID-19 pandemic when the nation was fighting an unknown virus that originated in Wuhan, China. The factor of boosting our immunity was also advised by doctors and nurses.

Meanwhile, yoga may play a significant role in the psycho-social care and rehabilitation of COVID-19 patients in quarantine and isolation. According to the AYUSH ministry, it serves particularly useful in allaying fears and anxiety of a lot of suffering patients.

I inculcated the habit of drinking adequate water following the awareness by several independent influences and organizations on social media. Often when I use social media platforms such as Koo, Twitter, Facebook, Instagram, LinkedIn, YouTube, etc., advertisements come up.

Advertisements on staying hydrated instill a sense of responsibility among us. It does not take us much to drink another glass of water if we realize the depth of the same. Also the benefits may encourage practice.

It may be mentioned that, Dynamic Ground Water Resource Assessment Report 2022 for India underlines that the total annual ground water recharge for the entire country is 437.60 billion cubic meters (BCM) and annual ground water extraction for the entire country is 239.16 BCM.  The report was released on 9th November 2022.

Observing the need of access to clean and pure drinking water, the Ministry of Health and Family Welfare (MOHFW) often takes to social media to spare awareness on the greater importance of staying hydrated.

One glass of water at a time, and following it up with the next, would ensure that we stay hydrated, thereby adding to physical and mental well-being of ourselves. I have realized the importance of it; you too may join the queue in the broader aspect of it.


Mriduljyoti Nath, Ist Semester

Of ragging and Bullying: Table number 21



The entire state of Assam is outraged with the recent ragging incident that occurred in Dibrugarh University. While ragging as a social problem has been identified, yet people fail to recognise how harmful bullying can be.  Relating to the situation right now, I would like to talk about a very underrated movie which deals with bullying and psychological harrasment at another level, Table no. 21. We do not get to see such great thrillers very often in Bollywood . Although the movie was made in 2013, I feel like people shouldn't stop watching the movie. More and more people should watch this masterpiece as it delivers a great message, that is, how much ragging effects people's mental health, how much of a crime it actually is and how many deaths or mental disability it caused  knowingly or unknowingly. 

The movie starts with a couple enjoying their vacation and then suddenly they get a offer to play a real life game and win a certain amount. Only to realise later that the game has no exit, It takes on its pace quickly but when the climax hits you, you are gonna be blown off as u would understand why this whole game was basically being played for. The movie carries on with a lot of  suspense and thrill. Then after a lot of torture, Mr Khan, the character whom paresh rawal very finely played, who is the mastermind of the game , took the couple to an empty room with a mentally challenged man, Akram, Mr. Khan's son. Apparently, the man in the room was the couple's junior in college and he was a victim of ragging, that ultimately led him to this state. He then leaves the couple with a gun, to kill his son, for according to him, they already put him in a situation similar to dying. The protagonist then points the gun at himself and shots, to realise later that the was not loaded.
                  

Mr. Khan left Siya and Vivaan to live was perhaps that even without knowing that the pistol/gun was empty, he pulled the trigger on himself rather than Akram because Vivaan himself was disgusted by the fact that they had done enough damage to the poor boy. Maybe that was the only reason Mr. Khan decided to spare them and also remind them that no matter where life takes us, we always go round and round to the same place. People call it karma these days. 

The movie holds you till the end and the best is that a very strong and great presentation is delivered in minimum time.  One of the best revenge thrillers I've watched. I feel like more movies should be made on sensitive topics like these, because no matter how many banners we hangs "RAGGING IS A CRIME", it doesn't ever stop. As a cinema lover, i know that visual representation gives more understanding to the brain and maybe if, more movies or documentries are being made, we can reduce this crime a little bit. 

Ragging should not be a thing, some people think it's fun until they're being put on the victim's shoes. It's high time we reform as a society and stop ragging.
 


Nayan Nirban Das, Ist Semester

Book Review: The Free Voice by Ravish Kumar: Revisting ideas on Democracy, Culture and the Nation

 While Ravish Kumar has been in news lately from having resigned from NDTV post the takeover by the Adani group, his book on media neutrality has grabbed my attention and being an ardent follower I felt that this needs to be reviewed.

 Recognized as one of India's best journalists, his book- The Free Voice a n incisive analysis of the current situation of events in India has been offered by Ravish Kumar. Kumar is renowned for his daring reporting and astute political analysis. He was once the Senior Executive Editor of NDTV India, one of the country's prominent Hindi news networks. He has been under attack from numerous trolls over time simply for telling the truth. 

He describes these particular instances of humiliation in this collection of nine pieces while also placing them in a larger framework of the current threats to democracy in India. In the first essay, Kumar shares a personal story about the cost of speaking out. Despite the hatred and threats to his life that he deals with every day, he continues to carry out his duty by telling the truth. He provides numerous examples throughout the book of how the politics of fear work to undermine democratic institutions and democracy itself. It appears that the Bharatiya Janta Party (BJP) government has made creating fear in the minds of the populace a national project ever since it came to power in 2014.

Although the personal attacks make Kumar uncomfortable, he emphasises the need of challenging power as a necessary component of democracy. Further, Kumar elaborates on the relationship between politics, corporations, and the media as well as how the media is used to manipulate people and spread propaganda. He describes attempts to polarise society and create a "robo-public" as taking place through the use of fake news, sensational cover stories, and arguments. False information is continuously spread about this through social media, WhatsApp, and traditional news outlets. People no longer think and behave rationally as a result of this robotization. Inciting mobs to commit acts of violence against the "Other" by portraying them as a threat to a religion, culture, community, or country has become more common. A WhatsApp forward is all it takes to incite a group to lynch someone.
Kumar warns us that the national project to instil fear is almost finished. In the largest democracy in the world, places for discussion and constructive criticism have been eliminated by the demonization of dissenters, their labelling as anti-national, and online abuse directed at them. Attacks on journalists have dramatically increased, notably those on Basit Malik and Gauri Lankesh in 2017. In the guise of religion or nationalism, many Muslims and Dalits (members of the lowest caste) have been lynched. In his final essay, Kumar revisits important problems including moral policing, "love jihad," honour killings, and hate speech. He emphasises the value of love, peace, and acceptance in a diverse nation like India, where democracy can be maintained via concerted public action and ongoing communication between policymakers and stakeholders. We now come to the fundamental right to privacy, which states that government decisions regarding matters of love and marriage must not be governed. This right gives citizens more power since it protects their democratic commitments while simultaneously enhancing their freedom of choice. Additionally, it restores citizens' faith in the Constitution and due process. This book functions as both a siren and a mirror. On one side, it accurately portrays the complicated social realities that exist in the nation today without using any hyperbole. On the other hand, it alerts people to the terrible repercussions of elevating political figures and the continued deterioration of democratic and constitutional ideals. Rintu Talukdar, 1st Semester

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...