Sunday, 11 December 2022

A Glimpse of my feelings.



So, Durga Puja ends here and everyone getting the motivation to start new works. With deep sorrows of Goodbye to beloved Maa Durga somewhere I saw a little smile and a feeling of happiness. Happiness of the man who made the Festival more sonorous. Who made the ambience holy and the one who created the smell of sound travel through the sacred smoke of incense sticks. The man who played the dhak (bengali traditional drum) to make your Puja complete, who was about to go home with thousands of dreams in his eyes. With bag full of sweets for his children and a small gift of love, kept with care, for his beautiful wife. Then he sees the satisfaction of his family after the end of Puja who had nothing before it started. 

This is similar to as Dr Bhupen Hazarika mentioned in his song that being a Dola Carrier he sees Costly sarees and shining gold ornaments worn by the ladies of the rich families. During the entire journey the life of the rich passenger along with all their belongings is in his hands whereas he being the carrier of such things couldn't even gift a piece of cloth for his son who's waiting for his return at home.

Durga Puja does not assume the festive aura without the maddening beats of the dhak, the large drum that men hang around their necks and play with two thin sticks to infuse the frenzied rhythm into listeners. Those enchanting beats are enough to conjure up the sights and smells of Durga Puja.

To the most underrated musicians of our society I wish you all Subho Bijoya. May Maa Durga shower love, happiness and good health to your families.

                    By Ajay Sarkar

পুতলা নাচ

 

পুতলা নৃত্য এটা অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান। পুতলাৰ উৎপত্তিৰ সঠিক কাল নিৰ্ণয় কৰা সম্ভৱ নহয় যদিও সমগ্ৰ পৃথিৱীতে ইয়াৰ প্ৰচলন আৰু সমাদৰৰ কথা লক্ষ্য কৰিলে ইয়াক অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান বুলি নিৰ্দ্ধাৰণ কৰিব পাৰি। পুতলা নাচ এক আন্তৰ্জাতিক সাংস্কৃতিক সম্পদ। ভাৰতবৰ্ষতো পুতলা নাচৰ প্ৰচলন অতি পুৰণি। মহাভাৰতৰ বনপৰ্ব আৰু উদ্যোগ পৰ্বত ইয়াৰ উল্লেখ আছে। জাৰ্মান পণ্ডিত ডঃ পিশ্চেলৰ মতে ভাৰতবৰ্ষৰ সংস্কৃত নাটকৰ উৎপত্তিৰ মূলতে পুতলা নাচ। ভাৰতীয় বিশ্বাস অনুসৰি এই পুতলা নাচৰ উৎপত্তিস্থল পাঞ্চাল ৰাজ্য যাৰ বাবে পুতলাক সংস্কৃতত পাঞ্চালিকাও বুলি কোৱা হয়।

   


          পুতলা নাচৰ ব্যবহাৰ কেতিয়াৰ পৰা হৈছিল সঠিককৈ জনা নাযায় যদিও ২০৫০০ খৃঃ পূৰ্বৰ পৰা ৩০৫০০ খৃঃ পূৰ্ব বুলি অনুমান কৰিব পাৰি। হৰপ্পা আৰু মহেঞ্জোদৰোত কৰা খনন কাৰ্যত বহুতো পুতলা খননকাৰী সকলে উদ্ধাৰ কৰিছিল। অশোকৰ শিলালেখাত উল্লেখ থকা অনুসৰি জাম্বুদ্বিপক পুতলা ভ্ৰাম্যমান বুলিও জনা যায়। কালিদাস আৰু পতঞ্জলিও পুতলা নাচৰ বিষয়ে তেওঁলোকৰ সাহিত্যত উল্লেখ কৰিছে। পুতলা নাচ প্ৰাচীন কালৰে পৰাই জনসাধাৰণ আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ লগত জৰিত হৈ আছে।

              পুতলা নাচৰ পুতলা সাধাৰণতে চাৰি প্ৰকাৰৰ। কিন্তু কাঠ পুতলা যাক ইউৰোপত মেৰিওনেত (Marionetts) বোলে, তাৰ প্ৰচলন সমগ্ৰ পৃথিৱীতে সৰ্বাধিক। ইয়াৰ উপৰিও হাত পুতলা (Hands of Gloves), মাৰি পুতলা(Rod Puppets) আৰু ছাঁ পুতলা (Shadow Puppets) আদিৰ প্ৰচলনো আছে। সাধাৰণতে হাত পুতলা আৰু মাৰি পুতলা সৰু ল'ৰা ছোৱালীয়ে খেল ধেমালিৰ কাৰণে ব্যৱহাৰ কৰা দেখা যায়। দক্ষিণ ভাৰত আৰু ইউৰোপত মেৰিওনেট আৰু ছাঁ পুতলাৰ নৃত্যহে প্ৰদৰ্শন কৰে। অসমতো মেৰিওনেত পুতলাৰ প্ৰচলন হে দেখিবলৈ পোৱা যায়।

               পুতলা নাচৰ পুতলা সমূহ পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত উন্নতি সাধন কৰিছিল। ছাঁ পুতলাই চীন দেশত উন্নয়ন লাভ কৰাৰ লগতে ৰছী পুতলাৰ উৎপত্তিস্থল ভাৰতবৰ্ষ।

                অতীতত পুতলাসমূহ কাঠ, বাঁহ, কপাহ, তুলা, কাপোৰ আদিৰ সহায়ত বনোৱা হৈছিল যদিও বৰ্তমান বিজ্ঞানৰ যুগত প্লাষ্টিক, চেলুলয়ড, টিন, লো আদিৰ সহায়টো পুতলা নিৰ্মান কৰা হয়। অৱশ্যে সৰু ল'ৰা ছোৱালীয়ে খেলা পুটোলাবোৰ প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হয়।

             ভাৰতৰ দৰে পৃথিৱীৰ আন বিভিন্ন ঠাইটো পুতলা নাচৰ প্ৰচলন থকা দেখিবলৈ পোৱা যায়। সেই ঠাই সমূহ হৈছে  ইটালী, ইন্দোনেছিয়া, জাপান, ইজিপ্ত, গ্ৰীচ, ৰোম, জাৰ্মানী, অষ্ট্ৰিয়া, ইংলেণ্ড, কোৰিয়া, চীন আদি।

             পুতলা নাচ একপ্ৰকাৰৰ নাট্যানুষ্ঠানহে। ইয়াত থিয়েটাৰ, ভাওনা, নাটক আদিত কৰাৰ দৰে পুতলাৰ দ্বাৰা অভিনয় কৰা দেখা যায়। পুতলা নাচৰ কাহিনীসমূহ পুৰাণ বা মহাকাব্য সমূহৰ পৰাহে ৰূপায়িত কৰা হয়। দক্ষিণ ভাৰত আৰু ৰাজস্থানত বুৰঞ্জীমূলক কাহিনীটো অভিনয় কৰা দেখা যায়। বৰ্তমান অসমত পুতলা নাচৰ দলসমূহে ৰামায়ণৰ আখ্যান প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়।

             পুতলা নাচ ভাৰতীয় নাট্য সাহিত্যৰ পূৰ্বপুুৰুষ স্বৰূপ। অসমৰ অংকীয়া নাটৰো প্ৰতিষ্ঠাপক পুতলা নাচ বুলি কলে ভুল নহয়। অসমৰ ওজাপালিও পুতলা নাচৰ এটা পৰিবৰ্ধিত ৰূপ বুলি ধৰিব পাৰি। পাচালি সাহিত্যৰ মূলো এই পুতলা নাচে। কিয়নো এই সাহিত্যৰ উদ্ভৱ 'পাঞ্চালিকা'ৰ পৰা হোৱা বুলি ধৰা হয়। আগৰ দিনত পুতলা নাচে সমাজ সংস্কাৰৰ এক শক্তিশালী আহিলা হিচাপে মানৱতাৰ কল্যাণ সাধন কৰিছিল। সেয়ে পুতলা নাচ আমাৰ কাৰণে এক অবিস্মৰণীয় সাংস্কৃতিক অনুষ্ঠান।


উৎস: ১)হৰিপ্ৰসাদ নেওগ আৰু লীলা গগৈ সম্পাদিত 'অসমীয়া সংস্কৃতি' গ্ৰন্থ।

২)মৌচুমী ভট্টাচাৰ্য, ২০১৫, Puppetry in Assam:Continuity and Change [ পি এইচ ডি ডিগ্ৰী, গুৱাহাটী বিশ্ববিদ্যালয়]

........................

লিজা ঠাকুৰীয়া, প্ৰথম ষাণ্মাসিক, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

 

Saturday, 10 December 2022

মেড ইন নলবাৰী' - এক জীৱনমুখী যাত্ৰা


এটা সময় আহি পৰিছিলহি যেতিয়া অসমীয়া চিনেমাৰ দিন ভাল নাছিল । কিন্তু শেহতীয়াকৈ যোৱা এবছৰ মানৰ পৰা মুক্তি পোৱা কিছু অসমীয়া চিনেমাই মানুহৰ মনত অসমীয়া ছবি জগতৰ ভাল দিনৰ আশাৰ ৰেঙনি জগাইছে ।

শেহতীয়াকৈ ২ ডিচেম্বৰত মুক্তি পোৱা অসমীয়া চিনেমা 'মেড ইন নলবাৰী' চালো । চিনেমাখন চাই ইমানেই ভাল লাগিল যে চিনেমাখনৰ কথা নিলিখাকৈ থাকিব নোৱাৰিলোঁ । অকল চিনেমা বুলি কলেই ভুল হ'ব ; চিনেমাখন যেন এক জীয়া কাহিনী। সুখ-দুখ, খুহুতীয়া যেন লগা সৰল কথাবোৰে, নিভাঁজ সংলাপবোৰে, কাহিনী ভাগত থকা সহজ সৰল চৰিত্ৰ কেইটাই যেন চিনেমাখনত প্ৰাণ ঢালি দিছে।


কাহিনীটো আৰম্ভ হয় মাজুলীৰ পৰা গুৱাহাটীলৈ হোৱা যাত্ৰা এটাৰ পৰা। বিভাস নামৰ প্ৰথম চৰিত্ৰটো যি পেছাত এজন ফটোগ্ৰাফাৰ আৰু তেওঁৰ কৰ্মসূত্ৰে মাজুলীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া হোৱাত তেখেতে লগ পায় জিন্টু নামৰ দ্বিতীয় চৰিত্ৰটোক যি এজন ড্ৰাইভাৰ। তেনেকৈ আৰম্ভ হয় তেওঁলোকৰ গুৱাহাটী অভিমুখী যাত্ৰা আৰু মাজ বাটতে তেওঁলোকে লগ পায় কাহিনীটোৰ অন্যতম তথা তৃতীয় চৰিত্ৰ অনিৰ্বাণক, যি এজন কবি আৰু বয়সত তেওঁলোক দুজনতকৈ ডাঙৰ। কাহিনীটো প্ৰথম খুহুতীয়া ভাৱে আৰম্ভ হয় য'ত চৰিত্ৰ কেইটাই এটাই আনটোক ইতিকিং কৰা, খং উঠোৱা আদিৰ পৰা আৰম্ভ কৰি  জীৱনৰ সৰু সুৰা কথাবোৰ এটাই আনটোৰ লগত আদান প্ৰদান কৰে । যিমানেই কাহিনীটো শেষলৈ আগবাঢ়ি যায় সিমানেই কাহিনীটো গভীৰ আৰু আমোদজনক হৈ পৰে ; চৰিত্ৰ কেইটাৰ জীৱনৰ অভিজ্ঞতাবোৰে আমাক বাস্তৱ জীৱনৰ বিভিন্ন সময়ৰ আভাস দিয়ে। অনিৰ্বাণৰ সহজ সৰল অথচ অৰ্থপূৰ্ণ সংলাপবোৰে তত্বগধুৰ জীৱনৰ ছবি প্ৰতিফলিত কৰিছে । 

কাহিনীটোত থকা অনিৰ্বাণ চৰিত্ৰটোৰ "সম্বন্ধবোৰ ভালে নাথাকে, ভালকৈ ৰাখিব লাগে" আৰু  "তুমি যি বাটেৰে দৌৰি আছা, মই সেই বাটেৰে ফুল বুটলি আছো" সংলাপ দুটাই মোৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলালে যিয়ে জীৱনটোত টকা-পইচা, নাম সন্মানৰ পিছত দ্ৰুতগতিত দৌৰি থকা আমাক এখন্তেক ৰৈ জীৱনটো উদাযাপন কৰিবলৈ তথা আমাৰ আশে পাশে জড়িত হৈ থকা মানুহবোৰৰ প্ৰতি আমাক কৃতজ্ঞ হবলৈ শিকায় ।

চিনেমাখনৰ কাৰিকৰী দিশটোও শলাগীবলগীয়া, চিনেমাৰ অভিনয়, শব্দ, সংগীতৰ ব্যৱহাৰ আৰু কেমেৰাৰ দৃশ্যগ্ৰহণ অতি উন্নত মানদণ্ডৰ।

ছবিগৃহত চিনেমাখন চাবলৈ গৈ দিয়া প্ৰায় দুঘন্টা সময় এবাৰো অথলে যোৱা যেন  নালাগিল । এনেকুৱা ভাল আৰু ধুনীয়া অসমীয়া চিনেমাৰ চৰ্চ্চা হ'ব লাগে। মানুহে এনেকুৱা চিনেমা চাব লাগে ; জীৱনটোক ইমান ধুনীয়াকৈ অথচ বাস্তৱিক ৰূপত চিনেমা হিচাপত আমাক উপহাৰ দিয়া বাবে চিনেমাখনৰ নিৰ্মাতাসকলৰ চেষ্টা আৰু কষ্ট সচাকৈ প্ৰশংসাৰ যোগ্য।




নয়ন নিৰ্বান দাস

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

পৰিৱেশ সচেতনতা বৃদ্ধিত শিক্ষা প্ৰতিষ্ঠান সমহূৰ ভূমিকা


 সাম্প্ৰতিক সময়ত মানৱ সভ্যতাৰ কাৰণে পৰিৱেশ প্ৰদষূণে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । পৰিৱেশ প্ৰদষূণে কেৱল মানৱ সভ্যতালৈ যে সংকট কঢ়িয়াই আনিছে এনে নহয়,জীৱকুলৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে । প্ৰদষূণৰ ফলত ইতিমধ্যে পৃথিৱীৰ পৰা বহু জীৱৰ প্ৰজাতি আমাৰ অজানিতে চিৰদিনৰ কাৰণে বিলুপ্তি ঘটিছে ।বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ লগে লগে সমগ্ৰ বিশ্বতে ক্ৰমাগত ভাৱে বদ্ধিৃ পোৱা ঔদ্যোগীকৰণ আৰু বৰ্দ্ধিত জনসংখ্যাৰ বাবে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ ফলত পৰিৱেশৰ সুৰক্ষাৰ প্ৰয়োজন আহি পৰিছে। পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰথম আৰু প্ৰধান প্ৰয়োজনীয় দিশতো হ'ল জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা আৰু সচেতনতা বদ্ধিৃ কৰা। এইক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ,কিয়নো আজিৰ ছাত্ৰ ভৱিষ্যতৰ দেশৰ নাগৰিক।বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সচেতনতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বৰ্তমান পাঠ্যক্ৰমত পৰিৱেশ শিক্ষা বিষয়টো অন্যতম গুৰত্বুপূৰ্ণ বিষয় হিচাপে সন্নিবিষ্ট কৰা হৈছে । পৰিৱেশৰ প্ৰধান উপাদান বায়ু পানী আৰু মাটি আমি কি দৰে প্ৰদষূণমক্তু কৰি ৰাখিব পাৰো আৰু লগে লগে উপযুক্ত সংৰক্ষণৰ বাবে ল'ব লগা ব্যৱস্থাসমহূৰ বিষয়ে প্ৰাথমিক পৰ্যায়ৰে পৰা ছাত্ৰ ছাত্ৰীক পৰিকল্পিতভাৱে শিক্ষাদানৰ বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে ।

শিক্ষা প্ৰতিষ্ঠান সমূহেহে বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰণৰ ক্ৰিয়াকলাপ কৰিবলৈ দি বায়ু, পানী আৰু মাটি প্ৰদষূণ মুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমহূৰ বিষয়ে সজাগতা আৰু সচেতনতা বৃদ্ধি কৰিব পাৰে । প্ৰাকৃতিক পৰিৱেশৰ প্ৰদষূণৰ ফলত দেখা দিব পৰা আনষুংগিক সমস্যা সমূহ ,যেনে গোলকীয় উষ্ণতা বৃদ্ধি, এচিদ বৰষুণ, অ'জন গেছৰ প্ৰলেপ হ্ৰাস, সেউজ গৃহ প্ৰভাৱ আদিৰ বিষয়ে বিভিন্ন তথ্য চিত্ৰ, বিজ্ঞান ভিত্তিক আলোচনী, দূৰদৰ্শন, ৰেডিঅ' আদিৰ মাধ্যমেৰে বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ পাঠদানৰ ব্যৱস্থা কৰিলে ছাত্ৰ সমাজৰ মাজত সচেতনতাআৰু সজাগতা বৃদ্ধি কৰিব পাৰে ।

 পৰিৱেশ সচেতনতাৰ বাবে প্লাষ্টিকৰ সামগ্ৰী বৰ্জন, নলা-নৰ্দমা পৰিস্কাৰ কৰি ৰখা, পেলনীয়া সামগ্ৰী নিৰ্দিষ্ট  ডাষ্টবিনত ভৰোৱা আদিৰ অভ্যাস ছাত্ৰ ছাত্ৰীৰ মাজত গঢ়ি তোলাৰ ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠান সমূহেহে গুৰুত্বপূৰ্ণ ভূমিকা গঠন কৰিব পাৰে । জনগণক জড়িতকৰণ কৰি শিক্ষা প্ৰতিষ্ঠান সমূহেহে পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত বিভিন্ন সজাগতামলূক কাৰ্যসূচী হাতত ল'ব পাৰে । বন মহোৎসৱ আৰু সামাজিক বনানিকৰণৰ দৰে আঁচনিসমহূৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত স্থানীয়  জনসাধাৰণৰ সহযোগত শিক্ষা প্ৰতিষ্ঠান সমূহেহে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰিব পাৰে । পৰিৱেশ সম্পৰ্কীয় বিভিন্ন বিধি বা আইনসমূহ প্লে -কাৰ্ডৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ যোগেদি জনসাধাৰণক অৱগত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । এইক্ষেত্ৰত বৰ্তমান সময়ৰ অতি জনপ্ৰিয় মাধ্যম বাটৰ নাটৰো পৰিকল্পনা কৰিব পাৰে , এনে কৰিলে সংশ্লিষ্ট আইনসমূহৰ বিষয়ে সাধাৰণ ৰাইজৰ অজ্ঞতা বহুখিনি দূৰ হ'ব।

ইন্ধনৰ দহনে যিহেতু ভয়াবহ বায়ুপ্ৰদষূণৰ সৃষ্টি কৰে সেয়ে ইন্ধনৰ বিকল্প হিচাপে সৌৰশক্তি ব্যৱহাৰৰ দিশটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীক উদগনি দিবলৈ ব্যৱহাৰিক জ্ঞান দিয়াৰ ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠান সমূহেহে কিছু গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ গ্ৰহণ কৰিব পাৰে । পৰিৱেশ সুৰক্ষাৰ কাৰণে আমাৰ দেশত বহুতো আইন প্ৰণয়ন কৰা হৈছে । আমাৰ ভাৰতবৰ্ষই হ’ল বিশ্বৰ ভিতৰত প্ৰথম দেশ যিয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে । সংবিধানত অন্তৰ্ভুক্ত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ সম্বন্ধীয় দিশৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক প্ৰাথমিক স্তৰৰ পৰাই অৱগত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত সুচিন্তাৰ অৱকাশ ঘটাবলৈ কৌশলগত শিক্ষা প্ৰদান কৰিব লাগিব।১৯৭২ চনৰ ৫ জুনত ষ্টকহমত বহা আন্তৰ্জাতিক মানৱ পৰিৱেশ সম্পৰ্কীয় সন্মিলনত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ কৰা কথাটো পোন প্ৰথমবাৰৰ বাবে আলোচনা কৰা হয় আৰু তাৰ পিছৰে পৰা ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে সমগ্ৰ বিশ্বতে ইয়াক পালন কৰি অহা হৈছে । এই সন্মিলনত আমাৰ দেশত পৰিৱেশ সুৰক্ষাৰ বাবে কেইখনমান উল্লেখযোগ্য আইন প্ৰস্তুত কৰা হয়। তাৰে কেইখনমান অতি উল্লেখযোগ্য পৰিৱেশ সুৰক্ষা আইন হ’ল- বন্যপ্ৰাণী সুৰক্ষা  আইন ১৯৭২, জল (প্ৰদষুণ, প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন ১৯৭৪, বন সুৰক্ষা আইন ১৯৮০, বন সংৰক্ষণ আইন, বায়ু আইন ১৯৮১ আৰু পৰিৱেশ সুৰক্ষা আইন ১৯৮৬। পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা এই আইন সমূহৰ বিষয়ে ছাত্ৰ সমাজক অৱগত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে তেওঁলোকৰ মাজত সজাগতা বদ্ধিৃ পোৱাৰ লগতে সামাজি ক মাধ্যমতো যাতে ছাত্ৰ সমাজৰ জৰিয়তে বিষয়টো অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্বীকৃত হয় এইক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠান সমূহেহে গুৰত্বুপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।শক্তি আৰু পানীৰ সঠিক ব্যৱহাৰৰ বাবে মিতব্যয়ীতাৰ শিক্ষা শিক্ষানুষ্ঠান সমূহেহে পৰিকল্পিতভাৱে দিয়াৰ আঁচনি গ্ৰহণ কৰিব লাগে ।

 মুঠৰ ওপৰত প্ৰকৃতি সেউজীয়া হৈ থাকিলেহে আমাৰ পৰিৱেশ সুস্থ হৈ থাকিব। গতিকে প্ৰকৃতিক জীয়াই ৰাখিবলৈ প্ৰকৃতিৰ বুকুত পোৱা প্ৰতিটো উপাদান ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্ৰ অৱস্থাৰ পৰাই প্ৰতিজন ছাত্ৰ যাতে সচেতন হয় তাৰ বাবে শিক্ষানুষ্ঠান সমূহৰ পৰাই ছাত্ৰ ছাত্ৰী সকলে সু-অভ্যাস গঠনৰ শিক্ষা লাভ কৰিব লাগিব।জলবায়ু পৰিৱৰ্তনৰ বৰ্তমানৰ যিটো ধাৰা এই ধাৰা অব্যাহত থাকিলে অদূৰ ভবিষ্যতে বৰ্ধিত তাপমাত্ৰাৰ বাবে পানীৰ অভাৱনীয় নাটনি হ'ব আৰু পুষ্টিহীনতাৰ দৰে মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব। এই দিশটোৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণক সজাগ আৰু সচেতন কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহৰ যথেষ্ট দায়িত্ব আছে ।পৰিশেষত মানুহৰ আচৰণৰ পৰিৱৰ্তন ঘটোৱাত শিক্ষাই যিহেতু অত্যন্ত গুৰত্বুপূৰ্ণ ভূমিকা পালন কৰে সেয়ে পৰিৱেশ সচেতনতা গঢ়ি তুলি পৃথিৱীখনক সেউজ কৰি ৰখাত শিক্ষানুষ্ঠান সমহূৰ ভূমিকা অপৰিসীম।


                                                                .............................

হীৰকজ্যোতি বৰুৱা


Friday, 9 December 2022

My experience with books and reading -



When I talk about reading, I always get emotional, for it  pulled me out of the crutches of darkness during my worst times. This experience has been enriching and to be honest I wanted to share this love for reading and want people to understand the plusses of one of the most beautiful habits. This started when I was 5-6 years old, I admired my grandfather's bookshelf so much, I asked him almost everyday as to when will I be able to understand these books and I remember him telling me that one day I'll stand there and ask myself, 'when did I finish all of these?' . He kept narrating me fascinating stories from the world of books and that made me more curious about reading those. 

When I was in class IV, My father bought me tinkle comics every month and I remember hiding those inside my maths book during classes. Won't deny,  it did earn me a good deal of punishment in the  classes but that did not deter my love for reading
. 
As I grew up, I shifted to teenage romance books and almost lived in my own utopian dreamland. It made me dreamy and created a world where teenagers found comfort far from the harsh realities of life. But in 2019, when I was in my not-so-great phase in life, I do not know how or when, I took  to reading as an escape from reality. I fell in love with books the hardest. They were my teachers, mentors, friends and critics. I fell in love with fictional characters. I fell in love with the writers. I fell in love with the pages and the magic of words which could heal a broken heart or a bruised soul.

I confess that I've never been able to fall much in love with non-fiction, but I've a long way to go and I'm sure someday, I'll start reading non-fiction someday. I'm a amateur and it is a little embarrassing for me to share my reading experience because I've just started, but I really wanted to share how my love for reading evolved over time and each book has nurtured me into a different person everyday.


Shabnam Nehar Sultana

A pale gloom future staring at the youth of India: NCRB 2021 Report




According to the IMF, India has surpassed the United Kingdom to become the worlds fifth-largest economy. Morgan Stanley predicts that India will have Asia's fastest economic growth next year.

But what does this growth tale signify for the typical Indian? Especially when neither the employment rate nor per capita income are increasing? The Ministry of Statistics & Programme Implementation estimates that India’s yearly per capita income (based on Net National Income at Constant Prices) will be Rs. 91,481 in 2021–2022—remaining below the pre–pandemic level.

The Centre for Monitoring Indian Economy estimates that in August 2022, the unemployment rate will still be high at 8%. For young people (aged 15 to 24), the employment rate or worker population ratio has decreased from 20.9 percent in 2017 to 10.4 percent in 2022.

Increasing Suicide Rates

A bleak picture of the general economic health of Indians is painted in the National Crime Records Bureau (NCRB) 2021 report, Accidental Deaths and Suicides in India, the suicide rate among Indians who are employable has been rising steadily since 2014, but it reached frightening proportions in 2021.1,64,033 suicide cases in total were reported to the police in 2021, an increase of 7.2% from 1,53,052 occurrences in 2020. Daily wage earners made up the largest category (25.6%), followed by self-employed individuals, the unemployed, and those working in the agricultural industry.

The mismanagement of the lockdowns contributed significantly to the Indian economy suffering severely when the COVID-19 pandemic arrived in 2020. This caused a large exodus of the urban working population, many of whom had to trek hundreds of kilometres to return to their villages. The full effects of those times; economic and psychological effects may now be visible.

In 2021, economic despair was a major contributing factor in the suicides of self-employed people (12.3%), the jobless (8.35%), farmers, and agricultural workers (6.6 per cent). The suicide rate in these categories is a distressing 52.85% when combined with the number of people who made a living as daily wage earners. In comparison to farmers and farm labourers, daily wage earners, the self-employed, and the jobless have died by suicide at a higher rate since 2017. A total of 59,498 suicides were reported in 2015, 61,223 in 2016, 65,426 in 2017, 65,584 in 2018, 71,174 in 2019, 81,327 in 2020, and 86,830 in 2021 in these three categories.

The Ministry of Home Affairs reports that between 2018 and 2020, almost 16,000 people committed suicide as a result of bankruptcies or debt, while 9,140 people were jobless. The numbers are 2.2 lakh daily wage earners, over 1 lakh self-employed people, over 90,000 unemployed people, and 76,824 farmers and farm labourers between 2015 and 2021. In 2021, 45,026 females and 1,18,979 males committed suicide, according to the data.

In the farming industry, Maharashtra (37.3%), Karnataka (19.9%), Andhra Pradesh (9.8%), Madhya Pradesh (6.2%), and Tamil Nadu (6.2%) recorded the most suicide instances (5.5 per cent). 5 121 of the 5,563 agricultural labourers who committed suicide in 2021 were men, and 442 were women. There were no known suicides of agricultural labourers or farmers in states like West Bengal, Bihar, Jharkhand, Odisha, Tripura, Manipur, Arunachal Pradesh, and Uttarakhand as well as union territories like Chandigarh, Lakshadweep, and Puducherry.

31.6 percent (51,812) of those who died by suicide had an annual income between Rs. 1 lakh and less than Rs. 5 lakhs, making up the remaining 64.2% (1,05,242) of suicide victims.

Deaths in police custody

Other noteworthy data from the NCRB's Crime in India study does not speak well for the state of the nation. For instance, Gujarat had a 53% increase in the number of deaths while in custody from 15 in 2020 to 23 in 2021. This is the highest rate in the nation, which saw 88 deaths while in custody in comparison to 76 in 2020.

The majority of cases filed under special and local laws under the Unlawful Activities (Prevention) Act (UAPA) in 2021 were in Jammu and Kashmir. 289 of the 814 cases reported in India under the UAPA were in Jammu and Kashmir, 157 were in Manipur, 95 were in Assam, 86 were in Jharkhand, and 83 were in Uttar Pradesh. The two states having the most reports of racial unrest in 2021 were Jharkhand and Maharashtra, with 100 and 77 cases, respectively.

Violence against women

The number of crimes against women increased by 15% last year, with Delhi being the most dangerous large city. The state with the most rape cases was Rajasthan. The home continues to be a hazardous place for the majority of women; of the crimes against women, 31.8% were classified as cruelty by a husband or a member of his family. A little over 20% of incidents were classified as assaults on women with the goal to offend modesty, 17.6% as kidnapping and abduction, and 7.4% as rape. In addition, 1,580 women were trafficked, 15 girls were sold, 107 women were acid-attack victims, and 2,668 women were the victims of cybercrime.

Due to their simultaneous persecution from patriarchy and caste, Dalit and Adivasi women continue to have the worst conditions. Of the total incidents reported, cases of rape against Schedule Caste women (including kids) make up 7.64 percent (3,893 cases), with 2,585 cases against Dalit women and 1,285 cases against minors. The combined percentage of rape, attempted rape, assaults on women to violate their modesty, and kidnappings of women and minors was 16.8%. (8,570 cases). 1 324 incidents of rape against women belonging to Scheduled Tribes were reported, or 15% of all cases. The total number of rapes, attempted rape, assaults on women to violate their modesty, and kidnapping cases was 26.8%. (2,364).

No matter how far the BJP has reached out to the communities in it’s political campaign, the 2021 NCRB figures reveal a similar trend of an increase in violence. Atrocities against Scheduled Castes increased by 50,900 (1.2% over 2020) in 2021. (50,291 cases). The state with the most Scheduled Caste atrocity instances was Uttar Pradesh (13,146 cases, or 25.82%), followed by Rajasthan (7,524, 14.7%), Madhya Pradesh (7,214, 14.1%), Bihar (5,842, 11.4%), and Odisha (2,327, 4.5 per cent).

In 2021 (8,802 incidents), Scheduled Tribes experienced 6.4% more atrocities than in 2020. (8,272 cases). The states with the most cases were Rajasthan (2,121 cases, 24%), Odisha (2,627 cases, 29.8%), and Madhya Pradesh (2,627 cases, 29.8%). (676 cases, 7.6 per cent). Next on the list was Maharashtra (628 cases, 7.13%), then Telangana (512 cases, 5.81 per cent). These five States reported 74.57 per cent of cases of atrocities against Scheduled Tribes.

Even after the Acts amendments went into effect in 2016, the National Coalition for Strengthening SCs and STs (Prevention of Atrocities) Act, a platform of more than 500 Dalits and Adivasis civil society organisations, communities, leaders, and activists, claims that the Acts implementation remains challenging.

 

Rintu Talukdar,

1 st Semester

Memorable trip to National School of Drama.


National School of Drama (NSD) is a theatre training institute situated at New Delhi, India. Initially it was set up in 1959 by the Sangeet Natak Akademi and lately in 1975 it became an independent school for theatre studies.

I started to perform different plays from a very young age. From that time itself I wanted to visit NSD. In the year 2013 I joined Seagull Theatre under the guidance of Bhagirathi bai Kadam and Baharul Islam. After a year I got the most awaited opportunity to go to NSD and to perform a show in a Children Theatre Festival ‘Jashne Bachpan’ . On 8thNovember 2014,I along with my 24 batch mates and our director Bhagirathi, boarded the train and unfortunately we reached Delhi 12hrs late on 10th November at Anand Vihar Station. NSD provided us a beautiful hotel ‘USI Premises’, we reached there, freshened up ourselves and left for NSD. The moment I stood in front of the main gate of the institution, I found myself at my dreamland, a place where I actually belong. It was a wonderful and proud moment for me. After two stage rehearsals, we took our lunch and got ready for the final show which was staged on ‘Abhimanch’ at 6pm.

Our show ‘Geete Gathe Milan Mala’ achieved to be one of the most appreciated and also a houseful show of National Children Theatre Festival Jashne Bachpan 2014. We were ecstatic and proud of our performance. Our ma’am took us for dinner to celebrate our success. The next day we went in sightseeing and


in the evening we went to watch a show performed by another theatre group.

It was an amazing experience and a dream come true to perform a show in a nationally acclaimed stage and in front of such well known personalities. It was a lifetime opportunity for everyone of us. It will be unfair and unfortunate if I fail to thank Baharul Islam and Bhagirathi of Seagull Theatre, who molded me into the character and bought us into the limelight.

A classic review: Dead Poet’s Society(1989)

"Carpe diem. Seize the day, boys. Make your lives extraordinary.”


Quite impossible to not say it aloud while I write about the movie. This quote has been etched in

my heart ever since I heard it. Being the most famous Mr. John Keating quote

from the film, it means to seize the day and take advantage of any opportunity that might

come our way. Dead Poets Society, a film based on Nancy H Kleinbaum’s novel of the same

name is very carefully crafted with spectacular screenplay, skillful direction and a smart

script. It purports to be about the unconventional English teacher at Welton Academy,

who, with his unorthodox ways of teaching literature, inspires the students to put individuality

before norms, challenge the status quo wh
ile also using wisdom in decision making process

as “There is a time for daring, and there is a time for caution. And a wise man understands

which is called for.”


The film, although inspiring, at times can be emotionally manipulative, yet stirs young

hearts and dare us to dream urgently and live fervently. It won’t be wrong to say the movie

was ahead of its time considering the fact it was made at a time when people were not given

the much taken for granted ideal of thinking about themselves. Another reason for the film to

be considered a classic as we still live in a society where we are expected to think less about

us and more about the sentiments and desires of others.


Keating's unusual ways of teaching at Welton Academy included telling his students to rip

out the introduction of their poetry books and inviting them to make up their own style of

walking in a courtyard to encourage them to be individuals. Even, the Bollywood hit,

Mohabbatein can be seen drawing much from the Hollywood masterpiece. Raj Aryan(

played by Shahrukh Khan) embodying Mr Keating under the disguise of a compassionate,

brave and free-spirited teacher. It’s noteworthy that Robin Williams did more than mere

portrayal of Mr Keating. We all, in real, yearn for a teacher like him. All the actors lived life of

the premium characters they played in the film leaving a deep lasting impact especially from

the young casts, which is, indeed, astounding. Furthermore, this was the movie that puts

Williams into the belief that he can act apart from being hilarious as he was predominantly

known for his jaunty sense of humour. Not too dramatic, not too monotonous, Dead poets

society is a movie with such impactful characters the cinephiles will keep in their hearts

forever.


 Ajanita kalita, 1st Sem

Cycling towards a greener future


Northeast is abundant with natural beauty and if you are a travel enthusiast and want to explore the untouched, unexplored, 
mysterious yet extremely beautiful places in India, this region is where you should head straight to.


Talking about the mode of transportation, to explore some of the the local places, cycling is most recommend mode of transport. With the passage of time people have been adapted to comfort and have forgotten the benefits of cycling. The world wide pandemic has impacted the youth both mentally and physically, people has started to reminiscence the forgotten cycling culture. Like many big cities across the nation, Assam has also witnessed a massive growth in the number of cycling enthusiast during the lock down period.

Many communities have also been formed to keep the spirit and Assam cycling community is quite prominent in this regard. Many other cycling clubs such as Dibrugarh cycling club, Jorhat cycling club, City cycling club, Guwahati cycling club etc are found to motivate the youth and promote cycling tourism. Kaushik Patgiri, a youth from Pathsala has travelled the many different parts of Assam on his cycle. He mentioned that cycling is not only his passion but it also motivates him to moves up in life. He motivated many people to come forward and enjoy cycling as it is like an adventure.


As Guwahati the heart of Assam saw a surge in numbers of cyclist, the state government to initiative to construct the first bicycle lane in Kahilupara to Dakshingaon area of Assam.

Many showrooms have been launched across the state as the demands for cycles have grown by four or five times. According to many owners post the pandemic the sale in stock has been six times more than the pre pandemic period sell.

For some, cycling is a way to regain their fitness but for many it is a passion. The benefit of cycling on health is quite mentionable. As most of the youths are homesick, cycling and exploring news places may help them refresh their minds. Going for rides in the early morning and also evening enjoying sunset and sunrise may help people avoid a stressful life. As also from the environmental point of view, cycling help to maintain a pollution free environment and it reduce the global warming factors.

The the tourism department of Assam should take some steps to promote a healthy cycling environment for the tourist. Government should arrange cycles in popular tourist spots and to organize different cycling tours to unexplored places. This would promote the rural tourism in Assam. Further lead to development of the rural areas.

A journey comes to an end

 


-"Admist the chaos of world, there are good people who genuinely inspire"....It was the very first day of my University life, as I was never convinced to study in Gauhati University.I was in dilemma whether choosing Communication and Journalism would be a perfect thing for me or not.Adding onto it, I was completely down after  what I did my first class in the department. With a little excitement and a lot of fear about what kind of friends I get ,something that had shaken me after I met the Head of the Department Professor Ankuran Dutta.

It was frightful, the very first class and a statement that he made, "It will be highly appreciated if you don't call me" made me ponder how would I learn under this person for the next two years. After the end of the class I saw silence in everyone's face.It was somewhere in the first week, I wasn't well and for some reason I had to smile looking at my friend's face,Sir,while taking his class noticed me and got distracted and angrily left the class. It was unexpected, my friends had to console a frightened and sad me. One thing that kept on striking my mind was that in the time when everyone was trying to make an impression, I had lost mine in the very first week.
    
Days passed and I  wondered  whether the subject and the department was right for me, slowly di-saturated the classes done by Ankuran sir really attracted me. I admired his thoughts, the way he spoke and most importantly the way he expressed his thoughts. After I got to know about his journey I was very fascinated. He is a man between struggle and success, the person seemed so interesting that after the end of one hour of his class, I felt like I wanted a little more. Gradually he became a person I admired.
     
But suddenly a news shattered me Ankuran sir was about to leave. I realised that I was going to get him for the last few days inside the formal classroom. The fears I had after the first time suddenly turned into tears after knowing his departure. Just when I could connect to him so well. The time came when I had to bid him Adieu !
     
Farewell Dr.Ankuron Dutta sir with this self satisfaction that good things and good people stays for a very short period of time.I had to convince myself that whatever time I got him, I learnt a lot about life. Wherever he goes for work,he definitely will carry forward his spark.

I wish sir all the best of the future and pray almighty that he  gets
all the happiness he deserves.

-SPAINI BARMAN, 1ST SEMESTER

Wednesday, 7 December 2022

ছমৰীয়া সত্ৰ

 কামৰূপ জিলাৰ লেখত ল’বলগীয়া এখন সত্ৰ বুলি ক’লে ছমৰীয়া সত্ৰৰ কথা মনলৈ আহে৷ যিখন সত্ৰৰ কথা অসমৰ ইমুৰৰপৰা সিমুৰলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত সমাদৃত৷ 

এজোপা শ্যাম গছৰ পৰাই ছমৰীয়া নামটো ৰখা বুলি গমপোৱা যায়৷ এই সত্ৰখন মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দিনতে প্ৰতিষ্ঠিত৷ শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ থান বুলি সকলোৱে জানে৷ এই সত্ৰত মহাপুৰুষ দুজনে সৃষ্টি কৰি যোৱা ভাওনা, বৰগীত আদিৰ চৰ্চা হয়৷ ১৪ প্ৰসংগ নাম কীৰ্ত্তণ ভকতসকলে কৰে৷

এই সত্ৰত প্ৰত্যক বছৰেত এটি উৎসৱ হিচাপে পালন কৰে বৰ  বিষ্ণু আতাৰ তিথি এই তিথি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰে। প্ৰথমদিনা মূল থানত থকা  গোসাঁই আগত প্ৰদৰ্শন কৰে। কীৰ্তন কৰে বিভিন্ন ঠাইৰ পৰা যাত্ৰী আহে তিনিদিনলৈকে থাকি সকলো অনুষ্ঠান উপভোগ কৰে। শেষদিনা অংকীয়া ভাওনা (ৰাম বিজয়) প্ৰত্যেক বছৰে ৰাইজৰ আগত প্ৰদৰ্শন কৰে।


আজিকালি অৱেশ্যে স্থানীয় শিল্পীৰ লগতে বাহিৰৰ পৰাত শিল্পীক আমন্ত্ৰণ কৰি  আনি বিভিন্ন সত্ৰীয়া-সংস্কৃিত তথা লোক-সংস্কৃতি অনুষ্ঠান অনুষ্ঠিত কৰে। আগৰ মৰা কলহী নদীৰ সভাৰ আগদিনা ৰাজহুৱাভাৱে মাছ-মৰা উৎসৱ পালন  কৰিছিল। ৰাইজৰ ফালৰ পৰা মাছ-মাৰি যি মাছ পায় প্ৰত্যেক ঘৰকে অলপ হ’লেও বিতৰণ কৰিছিল আৰু বাহিৰৰ পৰা অহা লোকলৈও ৰাখিছিল। প্ৰথমদিনা অহা যাত্ৰী সকলেও এই মাছ খাবলৈ পাইছিল।


ছমৰীয়া সত্ৰত থকা সকলো বৈষ্ণৱ ধৰ্মৰ লোক সকলোৱে এক শৰণ নাম ধৰ্মক বিশ্বাস কৰে৷ সত্ৰৰ সন্মুখেৰে বৈ যোৱা মৰাকলহী নদীয়ে সত্ৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাত সহায় কৰিছে৷ আগতে সত্ৰলৈ দুৰৰপৰা অহালোকে নাৱেৰে এই নদী পাৰহৈ আহিব লাগিছিল৷ আজি কালি দলংহোৱা বাবে সত্ৰৰ ওচৰলৈকে যান-বাহন অহাৰ সুবিধা হৈছে৷ 

সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকাত এই ঠাইৰ লোকে সত্ৰখনৰ বাবে বহুত উপকৃত হৈছে৷ সত্ৰীয়া সংস্কৃতিসমূহ ভক্তপ্ৰাণ ৰাইজৰ মাজত সমাদৃত হৈ থাকক তাকে কামনা কৰোঁ৷  


জিনি দিশা কপিল 

গুৱাহাটী বিশ্ববিদ্যালয়

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...